Skip to content
Margherita Municipal Board
Menu
  • Home
  • About Us
    • Our History
    • Our Assets
    • Activities
    • Staffs & Employees
    • Present Board & Administration
    • Former Executive Officers
    • Former Chairman’s
  • Services
    • Property Tax
    • Trade License
    • Civil Works
    • Street Light
    • Water Supply
    • Building Permission
    • More Information
      • Solid Waste Management
      • Public Toilets
  • Missions
    • Pradhan Mantri Awash Yojana (URBAN)
    • National Social Assistance Programme
    • Swachh Bharat Mission (Urban)
    • National Urban Livelihood Mission
  • AUDITED ACCOUNTS
  • Gallery
    • MERE MITTI MERE DESH
    • HAR GHAR TIRANGA
    • Swachh Amrit Mohutsav 2022
  • Notification
  • Contact
  • NEWS

Contact

    News

    • New Executive Officer took charge at Margherita Municipal Board
      Assam urban administrative service (AUAS) officer Shri Dhiraj Bhattacharjee assumed charge as the executive officer of Margherita MB on Monday , 1st April 2024 . Outgoing executive officer Shri Pritom Gogoi (ACS) has handed over the charge to Shri Dhiraj Bhattacharjee .
    • Disposal of 25,000 mt. legacy waste by Margherita Municipal Board
      Margherita became legacy waste free by disposal 25,000 mt.
    • মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডত একেদিনাই বহু কেইটা পথৰ শুভ উদ্ধোধন
      আজি ইংৰাজী ২৬ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি শ্ৰীযুত আনন্দ কুমাৰ শৰ্মা ডাঙৰীয়া, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শ্ৰীযুত প্ৰীতম গগৈ ডাঙৰীয়া, উপ পৌৰপতি ৰাজলক্ষী দেৱী গগৈ ডাঙৰীয়ানী লগতে ৱাৰ্ড কমিছনাৰ সকলৰ উপস্থিতত অসম চৰকাৰৰ পঞ্চদশ বৃত্তীয় বৰ্ষ ২০২০-২১ (আনটাইড) দ্বিতীয় কৃষ্টি পুজি আৰু ১৪ নং বৃত্তীয় বৰ্ষৰ ২০২১-২২ দ্বিতীয় কৃষ্টিৰ পুজিৰে মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডত ২০ টাকৈ পথ, ৪টা নলা, ৪টা কালভাৰ্ট লগতে মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সম্মুখৰ পথ বহলিকৰণ কৰা কামৰ শুভ উদ্বোধন কৰে ।
    • "আজাদি কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা "মেৰি মাটি মেৰা দেশ" কাৰ্য্যসূচীৰ অধীনত মাৰ্ঘেৰিটা পৌৰসভাৰ যোৱা ইংৰাজী ০৮ আগষ্ট ২০২৩ ৰ পৰা বিভিন্ন কাৰ্য্যসূচী উদযাপন
      "আজাদি কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা "মেৰি মাটি মেৰা দেশ" কাৰ্য্যসূচীৰ অধীনত মাৰ্ঘেৰিটা পৌৰসভাই যোৱা ইংৰাজী ০৮ আগষ্ট ২০২৩ ৰ পৰা বিভিন্ন কাৰ্য্যসূচী উদযাপন কৰি আহিছে।
      এই কাৰ্য্যসূচীৰ এটি অংশ স্বৰূপে আজি ইংৰাজী ১৩ আগষ্ট ২০২৩ তাৰিখে মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত টাউন হাই স্কুল খেলপথাৰত
      (১) পঞ্চপণ
      (২) শিলাফলকম (বীৰ শ্বহীদসকলৰ স্মৃতিত শিলৰ ফলক উন্মোচন),
      (৩)বসুধা বন্ধন (৭৫ জোপা বিভিন্ন প্ৰজাতিৰ গছ ৰোপন কাৰ্য্যসূচী),
      (৪)বীৰ কা বন্দন (বীৰ সৈনিক সকলক সম্বৰ্ধনা),
      (৫)জাতীয় পতাকা উত্তোলন
      আদি কাৰ্য্যসূচীৰ মাৰ্ঘেৰিটা বাসী ৰাইজ তথা মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা দেৱ, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি শ্ৰীমতী প্ৰীতি কুমাৰী ডাঙৰীয়ানী, মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি শ্ৰীযুত আনন্দ কুমাৰ শৰ্মা, মাৰ্ঘেৰিটা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শ্ৰীযুত প্ৰিতম গগৈৰ উপস্থিতিত সফলভাবে ৰূপায়ণ কৰা হয় ।
    • মাৰ্ঘেৰিটা পৌৰসভাৰ সম্পত্তি কৰ মূল্যায়নৰ খচৰা তালিকা প্ৰকাশ
      প্ৰেছ বাৰ্তা
      ইয়াৰ দ্বাৰা মাৰ্ঘেৰিটা পৌৰসভা এলেকাৰ অন্তৰ্গত সমূহ কৰদাতা ৰাইজ তথা ব্যৱসায় প্ৰতিষ্ঠানৰ জ্ঞাতাৰ্থে জনোঁৱা যায় যে যোৱা ইংৰাজী ১০ আগষ্ট ২০২২ তাৰিখৰ পৰা ১০ চেপ্তেম্বৰ ২০২২ তাৰিখলৈ যি অনলাইন সম্পত্তিৰ মূল্যায়ন কৰা হৈছিল সেই মূল্যায়নৰ খচৰা তালিকা ২০ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে ইতিমধ্যে প্ৰকাশিত হৈছে, উক্ত খচৰা তালিকা ৰাইজৰ সুবিধাৰ্থে ২০ ফেব্ৰুৱাৰী ২০২৩ তাৰিখৰ পৰা ২০ মাৰ্চ ২০২৩ পৰ্য্যন্ত মাৰ্ঘেৰিটা পৌৰসভাৰ কাৰ্য্যলয়ত উপলব্ধ হব।
      এই তালিকাৰ সন্দৰ্ভত মাৰ্ঘেৰিটা পৌৰসভা এলেকাৰ অন্তৰ্গত কৰদাতা ৰাইজ তথা ব্যৱসায় প্ৰতিষ্ঠানৰ যদি কোনোধৰণৰ ওজৰ-আপত্তি থাকে তেন্তে তেওঁলোকৰ ওজৰ আপত্তি সমূহ অহা ইংৰাজী ২০ মাৰ্চ ২০২৩ পৰ্য্যন্ত মাৰ্ঘেৰিটা পৌৰসভাৰ কাৰ্য্যলয়ত লিখিত ভাবে দাখিল কৰিব পাৰিব।
      ইয়াৰ লগতে যি সকল কৰদাতা ৰাইজে ২০১৮ চনৰ পৰা ২০২২-২৩ চনলৈ কৰ আদায় দিয়াৰ পৰা বিৰত আছে তেওঁলোকৰ বাবে মাৰ্ঘেৰিটা পৌৰসভাই এককালীন ৰেহাই ব্যৱস্থা হাতত লৈছে।
      সবিশেষ জানিবলৈ পৌৰসভাৰ কাৰ্য্যলয়ত যোগাযোগ কৰিব পাৰে ।

    Contact Us

    MARGHERITA MUNICIPAL BOARD,
    Margherita,Tinsukia, Assam 786181
    Contact:+91-9387905799

    SOCIAL

    LATEST News

    Quick links

    • Home
    • About US
    • National Social Assistance Programme
    • National Urban Livelihood Mission
    • Pradhan Mantri Awas Yojana (U)
    • Swachh Bharat Mission (Urban)

    Find Us

    Copyright © 2024 Margherita Municipal Board – All Rights Reserved to Margherita Municipal Board